Home ৰাজ্যলজ্জানত হ’ল সভ্য সমাজ, বঙাইগাঁৱৰ দৰিদ্ৰ ঘৰৰ যুৱতীৰ বাবে ওলাই নাহিল দল-সংগঠন

লজ্জানত হ’ল সভ্য সমাজ, বঙাইগাঁৱৰ দৰিদ্ৰ ঘৰৰ যুৱতীৰ বাবে ওলাই নাহিল দল-সংগঠন

by News Desk
73 views
A+A-
Reset

অভয়াপুৰীঃ আকৌ এবাৰ লজ্জানত হ’ল সভ্য সমাজ৷ সভ্যতাৰ সকলো সীমা অতিক্ৰম কৰি এগৰাকী লোকৰ কামনাৰ বলি হৈছিল এগৰাকী যুৱতী৷ এই জঘন্য ঘটনাই জোকাৰি গৈছিল বঙাইগাঁও জিলাক৷ ৰাজ্যত উদ্বেগজনক হাৰত বৃদ্ধি পোৱা হিংসা-হত্যাৰ ঘটনাৰ মাজতে অমানবীয় কাণ্ডৰ কথা পোহৰলৈ অহাত ন্যায়ৰ লাভৰ অপেক্ষা কৰে যুৱতীগৰাকী আৰু পৰিয়ালটোৱে৷ কিন্তু ন্যায় লাভ নকৰি বিকৃত মানসিকতাৰ লোকৰ চিকাৰ হোৱা কন্যাগৰাকীয়ে প্ৰাণ দিব লগা হয়।

ন্যায়ৰ অপেক্ষাত ৰৈ থাকি অন্ধকাৰ প্ৰত্যক্ষ কৰি আত্মহত্যা কৰিব লগা হয় যুৱতীগৰাকীয়ে৷ যুৱতীগৰাকীয়ে ন্যায় বিচাৰি হাহাকাৰ কৰি অৱশেষত প্ৰাণ দিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাত৷ বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ ডুমেৰগুৰী গাঁৱৰ ১৮বছৰীয়া যুৱতীগৰাকীয়ে যোৱা ২৮ জানুৱাৰীত গৰু এৰাল দিব যাওঁতে একেখন গাঁৱৰে শ্বাহনুৰ ৰহমান নামৰ লোক এজনৰ কামনাৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰে৷ ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ পৰিয়ালে লেংটিছিঙা আৰক্ষী নিৰীক্ষণ-চকীত এজাহাৰ দাখিল কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0