Home ৰাজ্যঘাইপথত ফুল ৰোৱাৰ ঠিকা দিয়াৰ নামত নগাঁৱত এটি চক্ৰই লুটিছে যুৱ প্ৰজন্মক

ঘাইপথত ফুল ৰোৱাৰ ঠিকা দিয়াৰ নামত নগাঁৱত এটি চক্ৰই লুটিছে যুৱ প্ৰজন্মক

by News Desk
78 views
A+A-
Reset

নগাঁওঃ প্ৰৱঞ্চকৰ দলৰ জালত পৰি ১ লাখ ৭০ হাজাৰ পানীত পেলালে নগাঁও জিলাৰ দুজন যুৱকে৷ নিবনুৱা যুৱকক প্ৰৱঞ্চনাৰ নতুন কৌশল ৰচনা কৰি প্ৰৱঞ্চকৰ দলটোৱে নগাঁও অঞ্চলত সক্ৰিয় হৈ পৰা বুলি জানিব পৰা গৈছে৷ ফ’ৰলেনত ফুলৰ পুলি ৰোপনৰ ঠিকা দিয়াৰ নামত গুৱাহাটী মহানগৰীৰ প্ৰৱঞ্চকৰ দলটোৱে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ নিবনুৱা যুৱকৰ মাজত প্ৰৱঞ্চনাৰ জাল পেলোৱাৰ তথ্য পোহৰলৈ আহিছে৷

চতুৰ প্ৰৱঞ্চকৰ দলটোৰ ফান্দত ভৰি দিয়া নগাঁৱৰ শেনচোৱা অঞ্চলৰ পাৰ্শ্বজ্যোতি নাথ আৰু ৰূপজ্যোতি মহন্ত নামৰ যুৱক দুজনক ফ’ৰলেনৰ ডাঙৰ ঠিকাদাৰ বুলি পৰিচয় দি ফ’ৰলেনত ফুলপুলি ৰোপনৰ ঠিকা দিয়াৰ নামত উপ-ঠিকা প্ৰদানৰ নামত ১ লাখ ৭০ হাজাৰ টকা বিচাৰে৷ পিছত যোৱা ১৬ নৱেম্বৰৰ দিনা প্ৰৱঞ্চকৰ দলটোৱে নগাঁৱৰ যুৱক দুজনক গুৱাহাটী মহানগৰৰ জালুকবাৰী অঞ্চলৰ এখন ধাবালৈ ঠিকাৰ এগ্ৰিমেন্টৰ বাবে মাতি নিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0