59
ওদালগুৰিঃ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ শনিবাৰে জন্মদিন৷ ১৯৭২ চনৰ ১৮ নৱেম্বৰত তুৰাত জন্ম গ্ৰহণ কৰা জুবিন গাৰ্গ ৪৫ বছৰীয়া হ’ল৷ অনুৰাগীয়ে আজিও পূৰ্বৰ দৰে জন্মদিনৰ শুভেচ্ছা জনাই জনপ্ৰিয় কন্ঠশিল্পী৷
অসমৰ ভিন্ন ৰাইজে জুবিনক জন্মদিনৰ শুভেচ্ছা জনোৱাৰ লগতে ওদালগুৰিত জিলাৰ জুবিন অনুৰাগী সকলে জুবিনক জন্ম দিনৰ শুভেচ্ছা যাচে৷