56
গুৱাহাটীঃ ২০১৬ চনৰ নিৰ্বাচনত বিজেপিৰ বাবে নিৰ্বাচনী প্ৰচাৰৰ বাবে গীত গাই পোৱা ধন ঘুৰাই দিবলৈ প্ৰস্তুত হৈছে অসমৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গ। উল্লেখযোগ্য যে নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰোধীতা কৰি অসমৰ মুখ্যমন্ত্ৰী লৈ ৭ দিনৰ সময় সীমা বান্ধি দি চিঠি লিখিছিল জুবিন গাৰ্গে৷ কিন্তু মুখ্যমন্ত্ৰীৰ পৰা চিঠিৰ কোনো উত্তৰ নাপাই ক্ষুন্ন হৈছে জুবিন।