Home প্ৰযুক্তিহেক হ’ল ১.৭ কোটি ইমেইল-পাছৱৰ্ড-ম’বাইল নং

হেক হ’ল ১.৭ কোটি ইমেইল-পাছৱৰ্ড-ম’বাইল নং

by News Desk
78 views
A+A-
Reset

ডিজিটেল ডেস্কঃ শুকুৰবাৰৰ ৰেনচামৱেৰ ভাইৰাছৰ পিছত এইবাৰ ৰেষ্টুৰেণ্ট চাৰ্ছ আৰু ফুড ডেলিভাৰী অনলাইন কোম্পানী জমেটো (Zomato)ৰ ৱেবছাইট হেক কৰিছে হেকাৰে। জমেটোৰ কৰ্তৃপক্ষই এই কথা জানিবলৈ দিছে যে ১ কোটি ৭০ লাখ ইউজাৰৰ ইমেইল আইডি, পাছৱৰ্ড আৰু ম’বাইল নম্বৰ ডাটাবেছৰপৰা চুৰ কৰিছে হেকাৰে।

অৱশ্যে ইয়াৰপৰা পেমেণ্ট ইনফৰমেশ্যন বা ক্ৰেডিট কাৰ্ডৰ ডাটাৰ ক্ষেত্ৰত কোনোধৰণৰ হৰণ-ভগন নহয় বুলি জানিবলৈ দিছে অনলাইন কোম্পানীটোৱে। এই হেকিঙৰ দায়িত্ব স্বীকাৰ কৰিছে এনক্লে নামৰ এটা ডাৰ্ক ৱেব ভেণ্ডৰে।          

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0