Home ৰাজ্যবিচাৰকক ১০ কোটিৰ ঘোচ দি জামিন লাভ ধৰ্ষক নেতাৰ!

বিচাৰকক ১০ কোটিৰ ঘোচ দি জামিন লাভ ধৰ্ষক নেতাৰ!

by News Desk
49 views
A+A-
Reset

ডিজিটেল ডেস্কঃ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ এক ৰায়ক লৈ সৃষ্টি হৈছে বিতৰ্কৰ। এই ৰায়ৰ পিছতে ন্যায়পালিকাৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য হৈ পৰিছে  দেশবাসীয়ে। উৎকোচ লৈ বিচাৰপতিয়ে ৰায়দান কৰা বুলি অভিযোগ উত্থাপিত হোৱাৰ পিছতে সৃষ্টি হৈছে এনে অনাহূত পৰিস্থিতিৰ।

প্ৰাপ্ত বাতৰি মতে, উত্তৰ প্ৰদেশৰ সমাজবাদী দলৰ প্ৰাক্তন মন্ত্ৰী গায়ত্ৰী প্ৰজাপতিয়ে ধৰ্ষণৰ গোচৰত জামিন লাভ কৰিবলৈ বিচাৰপতিক ১০কোটি টকা উৎকোচ দিছিল বুলি অভিযোগ উত্থাপিত হৈছে৷ কেৱল এগৰাকীয়ে নহয় বহুকেইগৰাকী শীৰ্ষ বিচাৰপতি আৰু বিষয়া জড়িত আছিল এই কাৰ্যত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0