61
ডিজিটেল ডেস্কঃ পশ্চিম বংগৰ স্পেচিয়েল টাস্ক ফৰ্চে (STF) ১১গৰাকী অসমৰ নেতাক আটক কৰা বুলি জানিব পৰা গৈছে৷ বৃহস্পতিবাৰে কলকাতাৰ বাংগাৰত অনুষ্ঠিত হ’বলগীয়া কৃষকৰ জনসভাত অংশ গ্ৰহণ কৰিবলৈ যোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ১১ গৰাকী সদস্যক আটক কৰা বুলি এটি বেশষ সুত্ৰই newsnextone.comক জানিবলৈ দিয়ে৷
