60
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে ইতিমধ্যে ৰাষ্ট্ৰীয় চলচিত্ৰ পুৰস্কাৰ সমূহ প্ৰদান কৰে৷ ৩ এপ্ৰিলৰ সন্ধিয়া ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত বিশিষ্ট লোকসকলক পুৰস্কাৰ প্ৰদান কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে৷
