115
ডিজিটেল ডেস্কঃ তামিল চিনেমাজগতৰ সৰ্বকালৰ শ্ৰেষ্ঠ তাৰকা ৰজনীকান্তৰ শেহতীয়াকৈ মুক্তি পাবলগীয়া চিনেমা ২.০ ছৱিগৃহত মুক্তিৰ পূৰ্বেই উপাৰ্জন কৰিব ৬৫ কোটি৷ ২.০ চলচ্চিত্ৰখন মুঠ ৪৫০ কোটি টকাৰ বাজেটত পৰিচালক এচ শংকৰ তথা অলিৰাজাহ সুভাস্কৰণে পৰিচালনা কৰিছে৷
এই চিনেমাখন মুক্তি হোৱাৰ আগেয়েই ৰজনীকান্তই ৬৫ কোটি টকা পোৱাৰ বিষয়ে জানিব পৰা গৈছে৷