কোকৰাঝাৰঃ ছাত্ৰ-ছাত্ৰীক বিশুদ্ধে পানী যোগান ধৰিবলৈ আগবাঢ়ি আহিল কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী৷ দেশ সেৱাৰ লগতে জনকল্যানমূলক আঁচনিৰে সমাজক সেৱা আগবঢ়াই অহা চিআৰপিএফে বৃহস্পতিবাৰে বিশুদ্ধ খোৱাপানীৰ যোগান আঁচনিৰ শুভ উদ্বোধন কৰে কোকৰাঝাৰত৷ …
© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.