113
ডিজিটেল ডেস্কঃ অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ এখন বালিকা বিদ্যালয়ৰ এটি খবৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বিদ্যালয় খনৰ তিনিগৰাকী শিক্ষয়িত্ৰীয়ে ছাত্ৰীক দিয়া শাস্তিৰ কথা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰ হয়।
প্ৰায় ৪৪গৰাকী ছাত্ৰীয়ে কৰা অপৰাধৰ বাবে গৰ্হিত শাস্তি দিয়ে৷ শিক্ষয়িত্ৰী তিনিগৰাকীয়ে জোৰ-জুলুমকৈ ছাত্ৰীক নাঙঠ হবলৈ বাধ্য কৰোৱাৰ খবৰ প্ৰচাৰ হয় একাংশ সংবাদ মাধ্যমত।