81
নতুন দিল্লীঃ মিষ্টাৰ পাৰ্ফেক্টছনিষ্ট অভিনীত ছবিয়ে নাপলে পাৰ্ফেক্টশ্যন!
ছবিঘৰলৈ আহিল বিগ বি অমিতাভ বচ্চনসহ আমিৰ খান অভিনীত বহু প্ৰত্যাশিত ছবি ‘থাগছ অফ হিন্দুস্তান’। যোৱা শুকুৰবাৰে মুক্তি লাভ কৰা ছবিখনৰ প্ৰথম, দ্বিতীয় তথা তৃতীয় দৰ্শনীৰ উপাৰ্জন ক্ৰমে ২৮ কোটি, ২২ কোটি আৰু ১৭ কোটি। প্ৰথম দৰ্শনীতে দৰ্শকক চমক দিবলৈ সক্ষম হোৱা ব্লকবাষ্টাৰ ছবি খন ক্ৰমান্নয়ে অঁতৰি আহিছে হিটলিষ্টৰ তালিকাৰপৰা।