খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণিত বুধবাৰে পুনৰ ধুমুহাই তাণ্ডৱ চলায়। দুপৰীয়াৰ ভাগত হঠাৎ অহা প্ৰচণ্ড ধুমুহা-বৰষুণে খেৰণিৰ বিস্তীৰ্ণ অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰে ৷ বিশেষকৈ খেৰণিৰ ৰিকাংমিহম, ফেলাংপি, ৱাটিজুৰ, মাইলু …
© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.