Home ক্ৰীড়াপাটকিজুলীত ২৮ ত‌ম বড়োলেণ্ড ছহীদ ফুটবল প্ৰতিযোগিতা

পাটকিজুলীত ২৮ ত‌ম বড়োলেণ্ড ছহীদ ফুটবল প্ৰতিযোগিতা

by News Desk
A+A-
Reset
news-next-one

newsnextone.com।তামুলপুৰঃ বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত পাটকিজুলী মাইনাও ক্লাবৰ উদ্যোগত অহা ৮ চেপ্তেম্বৰৰ পৰা ২৩ চেপ্টেম্বৰলৈ মাইনাও ক্লাব ষ্টৈডিয়ামত ৰাষ্ট্ৰীয় পৰ্যায়ত ২৮ তম বড়োলেণ্ড ছহীদ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেল খনত অংশগ্ৰহণ কৰিব আই এছ এলৰ দূৰ্গা বড়োৰ দল এ.জি গুৱাহাটী, লাজং ক্লাব শ্বিলং, কাঞ্চনযঙ্ঘা এফ চি,চিকিম, ঝাৰখাণ্ড এফ চি, দুলিয়াজান এফ চি-ৰ উপৰিও অসম আৰু বিটিচি-ৰ প্ৰথম পৰ্যায়ৰ ফুটবল দল সমূহে অংশগ্ৰহণ কৰিব বুলি খেল পৰিচালনা সমিতিৰ সভাপতি ধজেন নাৰ্জাৰী, সম্পাদক শ্যাম মুছাহাৰী আৰু প্ৰচাৰ সম্পাদক বানেশ্বৰ নাৰ্জাৰীয়ে জানিবলৈ দিয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0