71
বঙাইগাঁওঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ অঞ্চলত আজি পৃথকে পৃথকে সংঘটিত তিনিটা দুৰ্ঘটনাত দুটি কন্যা শিশুকে ধৰি তিনিজন লোকৰ মৃত্যু হয়।
প্ৰথমটো অঘটন সংঘটিত হয় সোণাইকোলা গাঁৱত। প্ৰাপ্ত বাতৰি মতে গাঁওখনৰ ময়েজউদ্দিন নামৰ লোকজনৰ আঢ়ৈবছৰীয়া কন্যাসন্তান মমিনা খাতুন এটি দ খাৱৈত পৰে। কৃষক ময়েজউদ্দিনে ইৰিধানৰ খেতিৰ বাবে অগভীৰ নলী-নাদৰ ব্যৱস্থা কৰিছিল আৰু তাৰ কাষতে থকা এটি খাৱৈত পৰি কৰুণ মৃত্যুক সাবটি লয় কণমাণিটিয়ে।