62
ডিজিটেল ডেস্কঃ আমি পিন্ধা ৰং-বিৰঙী চিন্থেটিক হাৱাই চেণ্ডেলেৰ আয়ুস খুব বেছি দুবছৰ। এই দুবছৰৰ পিছতে আমি এলাগী কৰা চেণ্ডেলযোৰ যায় ক’লৈ? তাৰে সৰহভাগেই পানীৰ সোঁতত বৈ গৈ সাগৰত জমা হয়গৈ।
এনেদৰেই হাৱাই চেণ্ডেলেৰে ভৰি পৰিছে সাগৰৰ বুকু। প্ৰাপ্ত তথ্য মতে, এছিয়া মহাদেশৰ ভাৰত আৰু চীনদেশৰপৰা বিশাল পৰিমাণৰ হাৱাই চেণ্ডেল আৱৰ্জনাৰ ৰূপত সাগৰৰ বুকুত জমা হৈ আহিছে।