Home বিশ্বনিৰ্বাচনৰ ভোটদান চলি থকাৰ সময়তে পাকিস্তানত বোমা বিস্ফোৰণ, মৃত্যুৰ সংখ্যা ৩১ জনলৈ বৃদ্ধি

নিৰ্বাচনৰ ভোটদান চলি থকাৰ সময়তে পাকিস্তানত বোমা বিস্ফোৰণ, মৃত্যুৰ সংখ্যা ৩১ জনলৈ বৃদ্ধি

by News Desk
56 views
A+A-
Reset

newsnextone.com | ডিজিটেল ডেস্কঃ পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ভোটদান বুধবাৰে পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে। পুৱাৰে পৰা ভোটাৰে ঘৰৰ পৰা ওলাই আহি ভোট দিবৰ বাবে লাইনত থিয় দিয়া পৰিলক্ষিত হৈছে। ভোটদান চলি থকৰা মাজতে পাকিস্তানৰ বলুচিস্তানৰ কুৱেটাত বোমা বিস্ফোৰণ কাণ্ড সংঘটিত কৰে সন্ত্ৰাসবাদীয়ে। বিস্ফোৰণত মৃত্যু হোৱাৰ লোকৰ সংখ্যা ক্ৰমে বৃদ্ধি হৈছে।

বিস্ফোৰণত প্ৰথমে ১৮ গৰাকী লোকৰ মৃত্যু হৈছিল যদিও এতিয়ালৈ ৩১ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ৫০গৰাকী লোক আহত হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে বোমা বিস্ফোৰণ সংঘটিত ঠাইত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে সেনা-আৰক্ষীয়ে। আহত লোকসকলৰ হস্পিতালত ভৰ্তি কৰে আৰক্ষীয়ে। জানিব পৰা মতে, সেনা আৰু আৰক্ষীৰ বাহনক ৰক্ষ্য কৰি এই কাণ্ড সংঘটিত কৰে সন্ত্ৰাসবাদীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0