64
ডিজিটেল ডেস্কঃ জঘন্য কৌশলেৰে ফিলিপাইনছত ৰক্তস্নান কৰিলে অজ্ঞাত সন্ত্ৰাসবাদীয়ে। দেশখনত এইবাৰ মৌলবাদীৰ চিকাৰ হল ৩৬ জনকৈ নিৰপৰাধী লোক।
জুৱাখেলত মতলীয়া হৈ থকাৰ পৰতে এইসকল পৰ্যটক জীৱন্তে অগ্নিদগ্ধ হল। লেটিন অমেৰিকাৰ দেশখনৰ এই ঘটনাই সমগ্ৰ বিশ্বকে সম্প্ৰতি কঁপাই তুলিছে। দুৰ্ভেদ্য নিৰাপত্তা বেষ্টনী ভেদ কৰি শুকুৰবাৰে পুৱতিনিশা ফিদাঁয়ে সন্ত্ৰাসবাদীয়ে প্ৰৱেশ কৰে ৱৰ্ল্ড ৰিজৰ্ট নামৰ অতিথিশালাখনত।