68
বাঘবৰঃ বাঘবৰ থানাৰ অন্তৰ্গত জনীয়া সমষ্টিৰ কৈমাৰী গাৱৰ আশ্ৰব আলীৰ পুত্ৰ ছানিদুল ইছলাম ১৬ এপ্ৰিলৰপৰা সন্ধানহীন হয়।
ছানিদুল ইছলাম আক্ৰাম আলী আহমেদ নামৰ হাইস্কুলীয়া ছাত্ৰজনৰ সম্পৰ্কে ১৪ মে’ত পৰিয়ালৰ লোকে বাঘবৰ থানাত এখন এজাহাৰ দিছিল।