56
ডিজিটেল ডেস্কঃ খোজতেই সৃষ্টি হ’ব পোহৰৰ৷ পুণেৰ ছাই বাবা মন্দিৰত ভক্তৰ খোজতেই সৃষ্টি হ’ব বিদ্যুতৰ৷ মন্দিৰৰ কৰ্তৃপক্ষই এক ব্যক্তিগত প্ৰতিষ্ঠানৰ সহযোগত ‘ফুট এনাৰ্জী’ উৎপাদনৰ বাবে এক অভিনৱ কৌশল হাতত লৈছে৷
এই প্ৰকল্পৰ সহায়ত মন্দিৰলৈ অহা দৰ্শনাৰ্থীৰ খোজৰ সহায়ত বিদ্যুত উৎপাদন কৰিব পৰা যাব৷ এই বিদ্যুতৰ সহায়ত ২০০ ভল্ট আৰু ৫০ খন ফেন চলাব পৰা যাব৷