Home ৰাজ্যমুখ্যমন্ত্ৰীৰ ৩০ ঘণ্টাক নকৰিলে কেৰেপ, মেৰামতি কৰা পথো এৰি গ’ল নিশাৰ ভিতৰতে

মুখ্যমন্ত্ৰীৰ ৩০ ঘণ্টাক নকৰিলে কেৰেপ, মেৰামতি কৰা পথো এৰি গ’ল নিশাৰ ভিতৰতে

by News Desk
100 views
A+A-
Reset

newsnextone.com | চাবুৱাঃ মেৰামতি কৰাৰ পিছতে এফালৰ পৰা এৰি গৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৩০ ঘণ্টাৰ ভিতৰত পথ মেৰামতি  কৰাৰ নিৰ্দেশ দিছিল যদিও মুখ্যমন্ত্ৰীৰ বান্ধি দিয়া সময়মতে পথ মেৰামতি নকৰিলেও বহু পলমকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথ মেৰামতি কৰিবলৈ আৰম্ভ কৰিছিল যদিও নিম্নমানৰ সামগ্ৰীৰে পথ মেৰামতি কৰাৰ অভিযোগ উত্থাপন হৈছে৷ 

এফালৰ পৰা মেৰামতি কৰিছে যদিও আন এফালৰ পৰা পথত পাৰি দিয়া শিল সমূহ এৰি যোৱাৰ অভিযোগ উত্থাপন হৈছে৷ মুখ্যমন্ত্ৰীৰ গহ জিলাত ডিব্ৰুগড়ৰ চাবুৱাত তিনিদিন পূৰ্বৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাত মাৰিবলৈ আৰম্ভ কৰিছিল যদিও পথত দিয়া শিল সমূহ নিশাৰ ভিতৰতে এৰি গৈছে৷ ফলত পূৰ্বতকৈ গাড়ী-মটৰ চলাচল কৰাত বেছিহে অসুবিধাত পৰিছে ৰাইজ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0