53
ডিজিটেল ডেস্কঃ বিশ্বৰ ভিতৰত ষষ্ঠ সংখ্যক ধনী দেশৰ স্থান লাভ কৰি কেন্দ্ৰীয় চৰকাৰে সমাদৰ লাভ কৰিলেও প্ৰকৃত ছবিখন ওলোটাহে৷ দেশৰ সম্পদ এতিয়া একাংশ পুঁজিপতিৰ হাতত থকা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷
দেশৰ বেছিসংখ্যক লোকেই মধ্যবিত্ত আৰু দৰিদ্ৰ সীমা ৰেখাৰ তলৰ৷ যি সকল লোকে এসাজ খাই আন এসাঁজৰ বাবে হাহাকাৰ কৰিব লগা হয়৷ দিনৰ দিনটো শ্ৰম কৰি পৰিয়াল পোহপাল দিব লগা হয়৷