ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ বিৰুদ্ধে চুতুৰ্থটো গোচৰ, কামপুৰত মোলান লস্কৰে তৰিলে...

Home ৰাজ্যধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ বিৰুদ্ধে চুতুৰ্থটো গোচৰ, কামপুৰত মোলান লস্কৰে তৰিলে গোচৰ

ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ বিৰুদ্ধে চুতুৰ্থটো গোচৰ, কামপুৰত মোলান লস্কৰে তৰিলে গোচৰ

by News Desk
65 views
A+A-
Reset

কামপুৰঃ দেশৰ ৰাজধানী দিল্লীৰ Constitution Clubত Delhi Action Committee for Assamৰ অনুষ্ঠিত বিতৰ্কিত NRCৰ সভাত জমিয়তৰ সভাপতি আৰ্শ্বাদ মাদানী উপস্থিত থাকি বিতৰ্কিত মন্তব্য কৰাত ৰাজ্য উত্তাল হৈ থকাৰ মাজতে বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁইক ভেকুলি আৰু মেটেকাৰ ওপৰত গৱেষণা কৰা বুলি কৈ চাৰ্কুলেছন নথকা অসমৰ কাকতত তেওঁৰ লিখা প্ৰকাশ পায় বুলি অসমৰ বাতৰিৰ কাকতৰ লগতে বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোঁহাইক ইতিকিং কৰে বুদ্ধিজীৱী, জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে৷ ইমানে নহয় ৫০গৰাকী নগা চিপাহীক গুলীয়াই হত্যা কৰিব লাগে বুলি বিতৰ্কিত মন্তব্য আগবঢ়ায়৷

বুদ্ধিজীৱী ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে এই মন্তব্য আগবঢ়োৱাৰ পিছতে প্ৰৰোচনামূলক আৰু অভিসন্ধিমূলক মন্তব্যই সীমান্তত বসবাস কৰা ৰাইজৰ মাজত অশান্তিৰ সৃষ্টি কৰাৰ লগতে নিৰপত্তা বিঘ্নিত হোৱাৰ আশংকা ব্যক্ত কৰা কৰে সমাজ সচেতক কমল কুমাৰ মেধিয়ে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0