58
মুছলপুৰঃ ৭ আগষ্টৰ পুৱা ৫ বজাৰ পৰা ২৪ ঘন্টীয়া বিটিএডি বন্ধ ঘোষণা কৰিছে অবড়ো সুৰক্ষা সমিতিয়ে৷
এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ হত্যাৰ তদন্তৰ দায়িত্ব চিবিআইক দিয়া, বিটিএডিৰ অবড়ো গাঁও কৰ্তন কৰা, পৃথক বড়ো ৰাজ্যৰ বিৰোধিতা কৰি অবড়ো সুৰক্ষা সমিতিয়ে অহা ৭আগষ্টৰ পুৱা ৫বজাৰ পৰা ২৪ ঘন্টীয়া বিটিএডি বন্ধৰ আহ্বান জনাইছে।