Home ৰাজনীতিউচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে বিৰোধীৰ মহাভিযোগ, থোৰতে পঢ়ক ৫টা কাৰণ

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে বিৰোধীৰ মহাভিযোগ, থোৰতে পঢ়ক ৫টা কাৰণ

by News Desk
113 views
A+A-
Reset

ডিজিটেল ডেস্কঃ দেশৰ শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে দেশৰ বিৰোধীয়ে৷ শুকুৰবাৰে দেশৰ বিৰোধীয়ে ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুক সাক্ষাৎ কৰি এই বিষয়ে আৰ্জি দাখিল কৰে৷ জানিব পৰা মতে, কংগ্ৰেছ নেতা বিৰোধী দলপতি গোলাম নবী আজাদে শুকুৰবাৰ বিৰোধীৰ বৈঠকৰ অন্তত ৭১গৰাকী সাংসদৰ স্বাক্ষৰ সহ অবিশ্বাস প্ৰস্তাৱৰ আৰ্জি দাখিল কৰে৷ 

ৰহস্যজনক মৃ্ত্যুক আকোৱালি লোৱা চিবিআইৰ বিশেষ আদালতৰ ন্যায়াধীশ বিএইচ লোয়াৰ তদন্তৰ আবেদন বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰাৰ পিছতে কংগ্ৰেছ আৰু আন আন বিৰোধী দলে শুকুৰবাৰে সষ্টম হৈ পৰে৷ তাৰ পিছতে মুখ্য ন্যায়াধীশ দীপক মিশ্ৰক পদৰ পৰা অপসাৰণ দাবীত ৰাজ্য সভাক প্ৰস্তাৱ দাখিল কৰে কংগ্ৰেছ, এনচিপি, চিপিআইএম, চিপিআই, এছপি, বিএছপি আৰু মুছলিম লীগে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0