Home ৰাজ্যবিদ্ৰোহী হোৱাৰ মন, অস্ত্ৰ প্ৰশিক্ষণৰ বাবে ডিমাপুৰলৈ যোৱাৰ সময়তে জালত পৰিল ৬ যুৱক

বিদ্ৰোহী হোৱাৰ মন, অস্ত্ৰ প্ৰশিক্ষণৰ বাবে ডিমাপুৰলৈ যোৱাৰ সময়তে জালত পৰিল ৬ যুৱক

by News Desk
57 views
A+A-
Reset

newsnextone.com | কোকৰাঝাৰঃ কোকৰাঝাৰ ৰেলৱে ষ্টেচনৰ পৰা সোমবাৰে সন্ধিয়া ছজনীয়া যুৱকৰ দল এটাক কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ এক গোপন সুত্ৰৰ পমখেদি কোকৰাঝাৰ আৰক্ষীয়ে ৰেলষ্টেচনত অভিযান চলাই ছজনীয়া যুৱকৰ দলটোক গ্ৰেপ্তাৰ কৰিহলৈ সক্ষম হয়৷

ইয়াৰে এজন যুৱক নাবালক বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাজেন সিঙে জানিবলৈ দিয়া মতে ধৃত ছজনীয়া যুৱকৰ দলটোৱে এনডিএফবি (এছ)ত যোগদান কৰি অস্ত্ৰ প্ৰশিক্ষণৰ বাবে ৰেলযোগে ডিমাপুৰলৈ ৰাওনা হোৱাৰ যোজা চলাইছিল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0