newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ বাবে এক বিৰল আৰু গৌৰৱৰ মুহূৰ্ত৷ সোমবাৰে কেৱল মহিলাই পৰিচালনা কৰা যুদ্ধ জাহাজ তাৰিণীয়ে ভ্ৰমণ সামৰি দেশলৈ উভতি আহে৷ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমণে তাৰিণীৰ সৈতে জৰিত থকা নৌ-সেনাৰ মহিলা বিষয়াক সাক্ষাৎ কৰে আৰু শুভেচ্ছা যাচে৷ ২০১৭ চনৰ ১০ ছেপ্তেম্বৰত যাত্ৰা কৰা আইএনএছভি তাৰিণী সোমবাৰে দেশলৈ উভতি আহে৷ ২৫২ দিনত ২১ হাজাৰ ৬০০ মাইল ভ্ৰমি সোমবাৰে গোৱাৰ তিৰত উপস্থিত হয় তাৰিণী৷
#WelcomeHomeTarini INSV Tarini completes historic Circumnavigation https://t.co/13rGjisP9R pic.twitter.com/rApBYE0UqU