74
শিৱসাগৰঃ শিৱসাগৰৰ সাংস্কৃতিক অনুষ্ঠান ভক্তিসুধা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হোৱা মাতৃভাষা ভাওনা কৰ্মশালাৰ বুধবাৰে সামৰণি পৰে। শিৱসাগৰৰ দৰিকাপাৰ নাওজানগাঁৱৰ বৰনামঘৰত ভক্তিসুধা সাংস্কৃতিক গোষ্ঠীৰ উপদেষ্টা দেৱ গগৈয়ে পতাকা উত্তোলনেৰে মাতৃভাষা ভাওনা কৰ্মশালাৰ কাৰ্যসুচীৰ শুভৰাম্ভ কৰে৷
বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী মালিৰাম মেচ অাৰু নাৰায়ণ মেচে। ৯ বজাত অনুষ্ঠিত হয় চিত্ৰাংকন অাৰু ৰচনা প্ৰতিযোগিতা।