53
কামপুৰঃ দিনৰ ১১ বাজি যোৱাৰ পাছতো বৰাবাবুসকল কাৰ্যালয়লৈ নাহে৷ বৰাবাবুক অনুসৰণ কৰি সৰু বাবুসকলেও কৰ্ম সংস্কৃতি পাহৰি গৈছে৷
নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কোৱা কথাবোৰ এতিয়া মন্ত্ৰী বিধায়ক হৈ ব্যস্ততাৰ বাবে ৰাজনৈতিক দলবোৰৰ লোকে পাহৰি পেলাইছে। পাহৰি পেলাইছে কৰ্ম সংস্কৃতিৰ কথা৷