Home বিশ্বভাৰত-চীন বিবাদ ক্ষয়িষ্ণু, আলোচনাৰ পৰামৰ্শ পেণ্টাগণৰ

ভাৰত-চীন বিবাদ ক্ষয়িষ্ণু, আলোচনাৰ পৰামৰ্শ পেণ্টাগণৰ

by News Desk
93 views
A+A-
Reset

ডিজিটেল ডেস্কঃ ভাৰত আৰু চীনৰ মাজৰ সীমা বিবাদ পৰস্পৰৰ বাবে ভংয়কৰ ক্ষতিকাৰক আখ্যা দিয়া পেণ্টাগণে অতি শীঘ্ৰে দেশদুখনৰ মাজত আলোচনাৰ মাজেৰে বুজাবুজিলৈ অহাৰ বাবে পৰামৰ্শ আগবঢ়াইছে। বিষয়টোত গভীৰ শংকা ব্যক্ত কৰি পেণ্টাগণৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ গেৰী ৰছে যোৱাটো সপ্তাহত দেশ দুখনৰ মাজত আলোচনাৰ বাবে উৎসাহ যোগোৱাৰ কথা সংবাদ মাধ্যমযোগে সদৰী কৰিছে।

চিকিমৰ ডকলাম অঞ্চলত চীনে ৰাস্তা নিৰ্মাণেৰে আধিপত্য বিস্তাৰ কৰাৰ ভাৰতে তীব্ৰ বিৰোধেৰে থিয় দিছে। জুন মাহৰ পৰা চলা এই অৰিয়া-অৰি এমাহৰো অধিক কাল চলিছে। উল্লেখ্য যে পেণ্টাগণৰ শীৰ্ষ কমাণ্ডাৰ বিগত সপ্তাহত আঞ্চলিক অৰ্থনৈতিক পৰিস্থিতিত শোষণৰ নীতি অৱলম্বন কৰাৰ অভিযোগ তুলিছিল। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0