Home ৰাজ্যহোজাই জিলা ফাৰ্মাচিষ্ট এছোচিয়েশ্যনৰ সভা

হোজাই জিলা ফাৰ্মাচিষ্ট এছোচিয়েশ্যনৰ সভা

by News Desk
63 views
A+A-
Reset

মোৰাঝাৰঃ হোজাই জিলা পঞ্জীকৃত ফাৰ্মাচিষ্ট সকলৰ সংগঠন ফাৰ্মাচিষ্ট এছোচিয়েশ্যনৰ এখন সভা হোজাইৰ হাম হস্পিটেলৰ নিউলেণ্ড প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়৷ সভাত সংগঠনটোৰ সভাপতি ৰিয়াজ উদ্দিন, সম্পাদক নচিম আহমেদ, মুখ্য উপদেষ্টা ড০ হবিবুৰ ৰহমান, জুবেৰ আহমেদ, মেহবুবা বেগম, মচৰুৰ আহমেদ, ৰেজাউল কৰিম আদি উপস্থিত থাকে৷

সভাত ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ ভাড়া দিয়া বন্ধ কৰা, জি এছ টিৰ জৰিয়তে ফাৰ্মাচিষ্টসকলে ঔষধৰ লেন-দেন কৰা আদি বিষয়ত আলোচনা কৰা হয়। পঞ্জীয়নকৃত ফাৰ্মাচিষ্টসকলে প্ৰধানমন্ত্ৰী জন ঔষধি যোজনাৰ জৰিয়তে দুখীয়া ৰাইজক সহায় কৰা আৰু অহা ২৫ চেপ্তেম্বৰ ত বিশ্ব ফাৰ্মাচী দিৱস হোজাই জিলাত পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0