Home ৰাজ্যজেৰিকিন্দেঙত চৰকাৰী কাৰ্যালয় চালে ৰীণাই

জেৰিকিন্দেঙত চৰকাৰী কাৰ্যালয় চালে ৰীণাই

by News Desk
64 views
A+A-
Reset

খেৰণিঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ চৰকাৰী কাৰ্যালয় পৰিদৰ্শন কৰিলে কাৰ্বি স্বায়ত্ত পৰিষদৰ সদস্য ৰীণা টেৰাংপিয়ে৷ জেৰিকিন্দেংস্থিত বিজেপি কাৰ্যালয়ত উপস্থিত হোৱা মহিলা নেত্ৰীগৰাকীক শতাধিক বিজেপি নেতা কৰ্মীয়ে উষ্ম আদৰণি জনায়৷ তাৰ পাছতে পাহাৰীয়া জেৰিকিন্দেং অঞ্চলটোৰ কেইবাটাও চৰকাৰী কাৰ্যালয় পৰিদৰ্শন কৰি সমস্যাৰ বুজ লয়৷

জেৰিকিন্দেংস্থিত ১০ খন বিচনাযুক্ত ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰৱেশ কৰি বিকল এম্বুলেঞ্চ সেৱা, বিশুদ্ধ খোৱা পানী, ৰোগীৰ অক্সিজেন, চিকিৎসক-কৰ্মচাৰীৰ অভাৱ সন্দৰ্ভত চিকিৎসালয়খনৰ বিষয়া কৰ্মচাৰীৰে মত-বিনিময় কৰে৷ কেৱল এগৰাকী চিকিৎসকে চিকিৎসা প্ৰদান কৰি অহা কাৰ্য্যত দুখ প্ৰকাশ কৰি শীঘ্ৰে চিকিৎসালয়খনৰ সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0