62
নগাঁওঃ বানৰ পাছত গৰাখহনীয়াৰ কবলত পৰিছে নগাঁৱৰ চামগুৰিৰ লাওখোৱা অঞ্চল৷ বানৰ তাণ্ডৱৰ পাছত ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়াৰ ফলত হাঁহাকাৰ কৰিব লগা হৈছে চামগুৰি লাওখোৱা অঞ্চলৰ ৰাইজে৷
প্ৰতিদিনে একো একোটা পৰিয়াল খহনীয়াৰ কবলত পৰি সৰ্বাস্বান্ত হ’ব লগীয়া হৈছে৷ যাৰ ফলত ৰাইজ শংকিত হৈ পৰিছে।