117
উত্তৰ শালমাৰাঃ হাঁহিৰাম মন্ত্ৰী পল্লৱলোচন দাসৰ বিদ্যুৎ বিভাগত এতিয়া চলিছে চৰম অৰাজকতা ৷ উৎকট গৰমত ঘন্টাৰ পিছত ঘন্টা লোড শ্বেডিং কৰি জ্বলা কলা খুৱাইছে গ্ৰাহকক৷
বিদ্যুৎ নাথাকিলে গৰমত মৰিব লাগে গ্ৰাহক ৷ আনহাতে বিদ্যুৎ আহিলেও দিগদাৰ৷ হ’ব লাগে বিদ্যুৎপৃষ্ট৷ এয়াই পল্লৱলোচনৰ বিদ্যুৎ বিভাগৰ কাহিনী৷