Home ৰাজ্যনৱনিযুক্ত অধ্যক্ষক পশ্চিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ আদৰণি

নৱনিযুক্ত অধ্যক্ষক পশ্চিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ আদৰণি

by News Desk
109 views
A+A-
Reset

তেজপুৰঃ তেজপুৰ চিকিৎসা মহাবিদ্যালয় বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। মাথোঁ কিছুদিন পূৰ্বে স্বাস্থ্যমন্ত্ৰীয়ে চিকিৎসালয়খনত অতৰ্কিতে অভিযান চলাই ৬৬ গৰাকী কৰ্মচাৰীৰ এদিনৰ দৰমহা কৰ্তন কৰাৰ লগতে অধ্যক্ষসহ কেইবাজনকো নিলম্বিত কৰাত চিকিৎসালয়খনলৈ যেন এক পৰিৱৰ্তন আহিল।

তেজপুৰৰ ৰাইজে স্বাস্থ্য মন্ত্ৰী গৰাকীৰ এই সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে পশ্চিম তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাইও সন্তুষ্টি প্ৰকাশ কৰি নৱনিযুক্ত অধ্যক্ষ ডাঃ ৰাজেন্দ্ৰ কুমাৰ কলিতাক ২৪ জুলাইত সাক্ষাত কৰি আদৰণি জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0