Home ৰাজ্যনাৰায়ণপুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

নাৰায়ণপুৰত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

by News Desk
62 views
A+A-
Reset

নাৰায়ণপুৰঃ কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতিক গুৰুত্ব নিদিয়াত প্ৰতিবাদৰ জোৱাৰ উঠিছে ৰাজ্যত৷ অসমৰ ভয়াবহ বান পৰিস্থিতিক কেন্দ্ৰীয় চৰকাৰে অৱহেলা কৰা কাৰ্য্যক তীব্ৰ প্ৰতিবাদ জনাইছে অসম জাতীয়তাবাদী যুৱ পৰিষদে।

অসমৰ বান সমস্যাক সামান্যতমো গুৰুত্ব প্ৰদান নকৰি গুজৰাটত উপস্থিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৫০০ কোটি টকাৰ পেকেজ ঘোষণা কৰা কাৰ্য্য আৰু অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে ঘোষণা নকৰাত ক্ষুন্ন হৈ যুৱ-ছাত্ৰ সংগঠনটোৰ নাৰায়ণপুৰ আঞ্চলিক সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী হাতত লয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0