Home ৰাজ্য২৪ ঘণ্টা, ৪০ লাখ, অস্ত্ৰ, ৫ডকাইত আৰু অসম আৰক্ষী

২৪ ঘণ্টা, ৪০ লাখ, অস্ত্ৰ, ৫ডকাইত আৰু অসম আৰক্ষী

by News Desk
63 views
A+A-
Reset

চিচিবৰগাঁওঃ সততে অসম আৰক্ষীক বিফল বুলি সমালোচনা কৰা হয় যদিও চিলাপথাৰত ২৪ ঘন্টাৰ ভিতৰত যি কৰি দেখুৱালে তাৰ বাবে অসম আৰক্ষীৰ শলাগ ল’বলৈ সকলোৱে বাধ্য হৈ পৰিছে৷ অসম আৰক্ষীয়ে অস্ত্ৰ-শস্ত্ৰ সহিতে সুসজ্জিত ডকাইতৰ দলক ধৰাই নহয় পুলিয়ে-পোখাই উভালি বাঃ বাঃ লবলৈ সক্ষম হৈছে উত্তৰ অসমত৷ 

২৪ ঘন্টা ধৰি অসম আৰক্ষীৰ বহু বিষয়ী-কৰ্মচাৰীয়ে টোপনি যোৱা নাছিল৷ অভিযানৰ ৰিম’ট ধৰিছিল উচ্চ পদস্থ বিষয়াই৷ অভিযান সফল কৰিবলৈ কৌশল ৰচনা কৰি দিনৰ পৰাই সষ্টম হৈ পৰিছিল আৰক্ষী৷ অৱশেষত আৰক্ষী নিশা নামিছিল হাতে-কামে৷ বৃহস্পতিবাৰে দুপৰীয়া ব্যস্ত পথৰ মাজতে একে-৪৭ ৰাইফল দেখুৱাই চিলাপথাৰ-পুকীয়া সংযোগী পথত ষ্টেট বেংক অৱ ইণ্ডিয়াৰ কুলাজান শাখাৰ দায়িত্বত থকা এটিএমত ধন ভৰোৱা গাড়ীখনৰ পৰা ৪০ লাখ টকা লুট কৰি নিছিল অস্ত্ৰ-সস্ত্ৰৰে সুসজ্জিত ডকাইতৰ দলে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0