কাইলৈ উন্মোচন হ’ব দীনদয়ালৰ ৰচনাৱলীৰ হিন্দী সংস্কৰণ

Home গুৱাহাটীকাইলৈ উন্মোচন হ’ব দীনদয়ালৰ ৰচনাৱলীৰ হিন্দী সংস্কৰণ

কাইলৈ উন্মোচন হ’ব দীনদয়ালৰ ৰচনাৱলীৰ হিন্দী সংস্কৰণ

by News Desk
58 views
A+A-
Reset

গুৱাহাটীঃ ৰবীন্দ্ৰ ভৱনত কাইলৈ উন্মোচিত হ’ব দীনদয়াল উপাধ্যায়ৰ ৰচনাৱলীৰ হিন্দী সংস্কৰণ৷ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম শতবাৰ্ষিকী উপলক্ষে পণ্ডিত দীনদয়াল উপাধ্যায় জন্ম শতবাৰ্ষিকী উদযাপন সমিতিয়ে ৩০ জুলাইত বিয়লি ৩-৩০ বজাত ৰবীন্দ্ৰ ভৱনত এখন সভাৰো অায়োজন কৰিছে।

উক্ত সভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় তথ্য প্ৰযুক্তিবিদ্যা অাৰু অাইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। অাজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল যোগে অাহ্বায়ক সমিতিয়ে এই কথা প্ৰকাশ কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0