Home ৰাজ্যঘাইপথ মেৰামতিৰ দাবীত মটক যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

ঘাইপথ মেৰামতিৰ দাবীত মটক যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

by News Desk
97 views
A+A-
Reset

চাবুৱা/ডিব্ৰুগড়ঃ হাতে হাতে জোৰ লৈ ৰাজপথলৈ ওলাই আহিল ক্ষোভিত ৰাইজ৷ মৰণফাণ্ডলৈ পৰিণত হোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰি আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷

উজনি অসমৰ অন্যতম জনগোষ্ঠীয় সংগঠন মটক যুৱ-ছাত্ৰ পৰিষদে আজি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ দধিয়া-লাইকাৰ মিচিং জনগোষ্ঠীৰ লগতে বানাক্ৰান্তত গৃহহীন হোৱা পৰিয়ালক পুনৰ সংস্থাপন দিয়া, ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰা, চাহ বাগানত বিশুদ্ধ খোৱা পানী যোগান ধৰা আদিৰ দাবীত আজি সন্ধিয়া মটক যুৱ-ছাত্ৰ পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ভালেকেইটা সংগঠনৰ সহযোগত চাবুৱাৰ হাতীআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱৰোধ কৰি প্ৰায় শ-শ লোকে হাতে-হাতে জোৰ লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0