57
নগাঁওঃ নগাঁও জিলাৰ বেবেজীয়াৰ জামুগুৰিৰ ঐক্য-সংহতিৰ চিন স্বৰূপ ঐতিহাসিক সাৰ্বজনীন গৰখীয়া থান৷ পৰম্পৰা বিশ্বাসেৰে এই থানত ভক্তই নৈবদ্য আগবঢ়ালে মনোবাঞ্চা পূৰণ হোৱা বুলি যুগ যুগ ধৰি প্ৰচাৰ হৈ আহিছে৷
যাৰ ফলত থান খনলৈ বিভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম ঘটে৷ থান পৰিচালনা সমিতিয়ে প্ৰত্যেক বছৰে নানা উৎসৱ-পাৰ্বণ এই থানত উদযাপন কৰি আহিছে ৷