65
মঙলদৈঃ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্য চৰকাৰে দুৰ্নীতি নিৰ্মূলৰ বাবে ন’ ন’ পন্থা অৱলম্বন কৰি আহিছে যদিও একাংশ বিষয়া-কৰ্মচাৰী, পঞ্চায়তৰ সভাপতিয়ে আজিও দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷
চৰকাৰে দেখুওৱা ভয়ক কেৰেপ নকৰা একাংশ লোকে দুৰ্নীতিৰ টকা খাবলৈ আজিও মুখ মেলি থাকে৷ টকা নিদিলে আজিও ইখন টেবুলৰ পৰা সিখন টেবুললৈ নাযায় ফাইল৷