70
বোকাজানঃ বোকাজান মহকুমাৰ খটখটি আৰক্ষী থানাৰ অন্তৰ্গত জাৰ টকবী গাঁৱৰ বাসিন্দা সুব্ৰত মাইটিৰ বাসগৃহৰ পৰা কালি নিশা চোৰে এখন স্কুটি চুৰি কৰি নিয়ে৷
ঘটনাৰ বিৱৰণী অনুসৰি সুব্ৰত মাইটিৰ পত্নী ঊষা শৰ্মাই নিজৰ নামত থকা এ এছ-০৯ ই-৩০৮০ নম্বৰৰ ৰঙা ৰঙৰ এক্টিভাখন প্ৰতিদিনৰ দৰেই নিজ কৰ্মৰ পৰা দিনৰ ১১ বজাত আহি ঘৰৰ ভিতৰত তলা লগাই ৰাখে ৷