66
ধিংঃ জাতি,মাটি, ভেটিৰ কথাকৈ ৰাজ্যৰ শাসন ভাৰ দখল কৰা অগপ, বিজেপি আৰু বিপিএফ চৰকাৰে বাস্তৱত এই শ্ল’গানৰ মৰ্য্যদা ৰাখিছেনে৷ নিৰ্বাচনৰ পূৰ্বে এইটো কৰিম সেইটো কৰিম বুলি সাধাৰণ ৰাইজক আভুৱা ভাৰি ভোট লৈছিল এই তিনিটা দলে৷
শাসনত বহিয়েই বিধায়কে চাইকেল চলাই বিধানসভালৈ অহা, সুৰক্ষা কৰ্মী নোলোৱা, ৰঙা লাইট ব্যৱহাৰ নকৰা, যান-জঁটত সাধাৰণ লোকৰ দৰে ৰৈ দিয়া আদি কৰি চমক সৃষ্টি কৰিছিল৷