59
কোকিলাঃ ১২ দিনে সন্ধান নাই এগৰাকী ছাত্ৰৰ৷ ২২ জুনত নিজ ঘৰৰ পৰা নাতি দুৰত সমনীয়াৰ সৈতে খেলিবলৈ গৈ নিৰুদ্দেশ হয় ছাত্ৰগৰাকী৷ ছাত্ৰ গৰাকীক বিছাৰি ব্যাকুল হৈ পৰিছে পৰিয়াল৷
চিৰাং জিলাৰ পানবাৰী আৰক্ষী থানাৰ অন্তৰ্গত আলুখুন্দা বিষডোবা ৰকিবুল হাছান নামৰ ছাত্ৰগৰাকী ১২ দিনে সন্ধানহীন হৈ থাকে। স্থানীয় আলুখুন্দা জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৰকিবুল হাছানে ২২ জুলাইত আবেলি পৰত সমনীয়াৰ সৈতে খেলিবলৈ ওলাই গৈ আজিলৈ উভতি নাহিল।