89
মঙলদৈঃ বানপানী শুকুৱাৰ পাছত এইবাৰ খৰাঙৰ কবলত পৰিছে ৰাজ্যৰ কৃষক৷ ৰাজ্যখনৰ বহু কৃষকৰ কঠিয়া বানে নষ্ট কৰি পেলায়৷ আনহাতে কঠিয়া থকা কৃষকসকলেও ৰুব পৰা নাই ভূঁই৷
কিয়নো পথাৰত নাই পানী৷ ছিৰাল ফাট মেলিছে কৃষি পথাৰত৷ ভৰ বাৰিষা কেইবাদিন ধৰি বৰষুণ নিদিয়াৰ ফলত শাওণৰ পথাৰত চিৰাল ফাটে কৃষকৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷