56
গোগামুখঃ বিজেপি, অগপ আৰু বিপিএফ নেতৃত্বাধীন ৰাজ্য চৰকাৰে দুৰ্নীতি নিৰ্মূলৰ বাবে বিভিন্ন পদক্ষেপ লৈ আহিছে যদিও বিষয়া-কৰ্মচাৰীয়ে এই পদক্ষেপক ভ্ৰক্ষেপ কৰেনে?
ৰাজ্য চৰকাৰখনৰ দুৰ্নীতি নিৰ্মূলৰ পদক্ষেপক বুঢ়া আঙুলি দেখুৱাই আহিছে ধেমাজি জিলাৰ বৰদলনি উন্নয়ন খণ্ডৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে৷