72
শুক্লাইঃ নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত অষ্টম বাৰ্ষিক আন্তঃআঞ্চলিক ১৩ বছৰ অনুৰ্ধ্ব ফুটবল টুৰ্ণামেণ্টৰ খিতাপ জয় কৰিছে কবিৰালী আঞ্চলিক এবছুৱে।
ডিমাকুছি জেমছ বেংগা খেলপথাৰত অনুষ্ঠিত ফাইনেল খেলখনত দলটোৱে ডিমাকুছি আঞ্চলিক এবছুক ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে।