62
বিহালীঃ বাৰিষাৰ ৬ মাহ বোকা পানীৰ মাজেৰে আহ-যাহ কৰে বিহালীৰ বৰজাৰণিবাসীয়ে৷ শিক্ষা, স্বাস্থ্য, বিশুদ্ধ খোৱাপানী আদিৰ পৰা বঞ্চিত বৰজাৰণীবাসীয়ে ৰাস্তা-ঘটৰ বাবে ব্যাপক সমস্যাত পৰে৷
বিহালী বিধান সভা সমষ্টিৰ বাঘমৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰজাৰণীবাসীক বাট-পথৰ বাবে যমৰ-যাতনা ভোগ কৰি আহিছে।