59
বিশ্বনাথ চাৰিআলিঃ বানা ক্ৰান্তৰ ওচৰত থিয় দিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিয়ে৷
সংগঠনটোৰ বিশ্বনাথ চাৰিআলি আঞ্চলিক সমিতিয়ে হাটখোলা শাখা সমিতিৰ সহযোগত গহপুৰ মহকুমাৰ অন্তৰ্গত কুহিঁমাৰী গাঁৱত দেওবাৰে বানপীড়িতৰ মাজত সাহায্য বিতৰণ কৰে৷