58
গৌৰীসাগৰঃ ০৯ আগষ্টত শ্বহীদ সাংবাদিক কমলা শইকীয়াক স্মৰণ কৰিব শিৱসাগৰ জিলাৰ দিখৌমুখ গায়েন গাঁওবাসীয়ে৷
১৯৯১ চনৰ ৯ আগষ্টত নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিল সাংবাদিক কমলা শইকীয়াক৷ তেতিয়াৰ পৰা ৯ আগষ্টৰ দিনটো দিখৌমুখৰ গায়েন গাঁওবাসীয়ে ক’লা দিৱস হিচাপে পালন কৰি আহিছে ৷